বৰগীত
ভাব-বিষয়ক:
১। চমুকৈ প্রশ্নৰ উত্তৰ দিয়া:
(ক) " নেৰিবা বান্ধব মোক জীৰনে মৰণে।"
-কবিয়ে জীবনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ।
উত্তৰ -
(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।'
-সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে।
উত্তৰ -
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ -
(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা ।
উত্তৰ -
(৬) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ -
(চ) কবিয়ে 'বান্ধব' বুলি কাক সম্বোধন কৰিছে।
উত্তৰ -
(ছ) 'মোহ-পাশ' মানে কি ?
উত্তৰ -
২। বৰগীতটিৰ মূলভাব লিখা।
উত্তৰ -
৩। বৰগীতটিৰ ৰচকৰ চমু পরিচয় দিয়া।
উত্তৰ -
৪। ব্যাখ্যা কৰা।
(ক) সহস্ৰ বয়নে যাব নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
৫। 'সনক সনন্দ যোগী যাহাকু বিয়ায়
সকল নিগমে যাক বিচাৰি নপায়।'
-তাৎপর্য বিচাৰ কৰা।
৬। বৰগীতৰ চাৰিটা লক্ষনব বিষয়ে লিখা।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দকেইটাৰ আধুনিক রূপ লিখা।
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰ -
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্টসমূহ উল্লেখ কৰা।
উত্তৰ -

