Assam Study Zone-লৈ আপোনালোকক আন্তৰিক স্বাগতম
প্ৰিয় শিক্ষাৰ্থীবৃন্দ,
Assam Study Zone-লৈ আপোনালোকক স্বাগতম জানাইছো। ই এটা সম্পূর্ণ বিনামূলীয়া অনলাইন শিক্ষা মঞ্চ, য’ত Class 1 ৰ পৰা Class 12 পৰ্যন্ত সকলো স্তৰৰ Notes, Question–Answer, Chapter Summary, PDF Materials, Previous Year Papers আদি একেটা ঠাইত সহজেই উপলব্ধ।
আমাৰ উদ্দেশ্য
শিক্ষাক সহজ, স্পষ্ট আৰু সকলো শিক্ষাৰ্থীৰ বাবে সুলভ কৰি তোলা।
অসমৰ স্কুল, কলেজ আৰু উচ্চশিক্ষা স্তৰৰ শিক্ষাৰ্থীসকলৰ বাবে মানসম্মত অধ্যয়-সামগ্ৰী প্ৰদান কৰা।
আপোনালোকৰ Academic performance উন্নত কৰিবলৈ সহায়ক Notes আৰু Resource যোগান ধৰা।
Assam Study Zone-ত আপুনি কি পাব?
✔ Class 1–12 Notes
✔ HSLC & HS Preparation Materials
✔ Chapter-wise Solutions
✔ PDF Notes & Important Questions
✔ Assamese & English Medium Content
✔ BA, BSc, BCom Notes (Coming Soon)
✔ MA/MSc Notes (Coming Soon)
✔ Competitive Exam Materials (Coming Soon)
আমাৰ লক্ষ্য—শিক্ষাক সকলোৰ বাবে সহজলভ্য কৰা।
আপোনালোকৰ প্রতিক্ৰিয়া আৰু পৰামৰ্শ আমাৰ বাবে অত্যন্ত মূল্যৱান।
ধন্যবাদ,
Assam Study Zone Team
10/12/2025